আমাৰ বিষয়ে
দৰ্শন
টি ডব্লিউ আৰ ৩৬০ য়ে ভাষা আৰু সামৰ্থতাৰ সকলো প্ৰাচীৰ ভাঙি পেলাইছে যাতে ব্যৱহাৰকাৰীসকলে প্ৰচাৰ মাধ্যমৰ আটাইবোৰ উৎস ব্যৱহাৰ কৰি প্ৰতিদিনাই খ্ৰীষ্টৰ লগত খোজত খোজ মিলাই আগবাঢ়ি যাবলৈ পাৰে ৷
নিয়োজিত কাম
টি ডব্লিউ আৰ ৩৬০ ৱেব আৰু মোবাইল ব্যৱহাৰিক সকলক লক্ষ্য ৰাখে কাৰণ টি ডব্লিউ আৰ ৩৬০ মিডিয়া পৰিচৰ্যা লেঠাৰিকৈ বৃদ্ধি হোৱাত আৰু মণ্ডলীৰ সহায়ত যি মহান আদেশ সম্পূৰ্ণ কৰাত
- সকলোকে আৰু সকলো ঠাইত যাতে সহজে কম্পিউটাৰ বা স্মাৰ্ট ফোনৰ যোগেদি বিভিন্ন খ্ৰীষ্টিয়ান ডিজিটেল সম্পদবোৰ নিজৰ ভাষাত পাবলৈ চেষ্টা
- খ্ৰীষ্টিয় বিশ্বাসী প্ৰদান কৰা যাতে যোগাযোগ কৰি সৰু বা ডাঙৰ পৰিচৰ্যা অনুষ্ঠানবোৰৰ সা-সজুঁলিবোৰ একে লগ কৰাই বৃদ্ধিৰ অৰ্থে
- মূল চাইট হিচাপে সুৰক্ষা কৰাত টি ডব্লিউ আৰ ৩৬০ যি বৃদ্ধি হোৱাত কাৰ্যসূচী অনাঁতাৰ যন্ত্ৰত সম্প্ৰচাৰ কৰাত উপলব্ধি হোৱাত কিন্তু মুকলি সময়ত আৰু সীমাবদ্ধ ঠাইত ৷
টি ডব্লিউ আৰৰ বিষয়ে
Speaking fluently in 200+ languages and dialects, TWR exists to reach the world for Jesus Christ. Our global media outreach engages millions in more than 160 countries with biblical truth. For more than 70 years, God has enabled TWR to help lead people from doubt to decision to discipleship.
আন্ত:ৰাষ্ট্ৰীয় অংশীদাৰ. স্থানীয় মণ্ডলী আৰু আন পৰিচৰ্যা সংস্থাবিলাকৰ লগত একেলগ হৈ টি ডব্লিউ আৰে বিষয় সম্পৰ্কীয় অনুষ্ঠান, শিষ্যত্ব সমল আৰু গোটেই বিশ্বৰ প্ৰত্যেকজন ব্যক্তি আৰু সম্প্ৰদায়লৈ আশাৰ বাণী কঢ়িয়াই লৈ যোৱা উৎসৰ্গিত কৰ্মীৰ যোগান ধৰিছে ৷ উচ্চ ক্ষমতাসম্পন্ন এ এম/ এম ডব্লিও, চৰ্টৱেভ বা এফ এম ৰেডিঅ' ব্যৱহাৰ কৰি ইন্টাৰনেট ব্যৱহাৰকাৰীসকললৈ প্ৰবাহমান বিষয়সূচী নাইবা শ্ৰোতাসকলৰ সৈতে মুখা-মুখি হৈ টি ডব্লিউ আৰে এক অক্ষয় আত্মিক পদচিহ্ন এৰিবলৈ সক্ষম হৈছে ৷